ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.এফ.এম.পি. ২০১/৭৮/৪১ তাৰিখ ২৬আগষ্ট, ১৯৮০ | বাৰ্ধক্য অৱসৰ কালৰ পেঞ্চন বিনিময়- স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নাই | ডাউনলোড |
২ | নং.এফ.এম.পি. ৭৫/৮১/১৩৭ তাৰিখ ২৬আগষ্ট, ১৯৮৯ | পেঞ্চনৰ বিনিময় কৰা পৰিমাণ পুনৰ প্ৰদান কৰা | ডাউনলোড |
৩ | নং.পি.পি.জি.(পি.) ১৪৯/২০০৪/৮ তাৰিখ ৩০নৱেম্বৰ, ২০০৪ | কাৰ্য্যালয় স্মাৰক পত্ৰ | ডাউনলোড |
৪ | নং.পি.পি.জি.(পি.) ১৪৯/২০০৪/১১ তাৰিখ ১৮নৱেম্বৰ, ২০০৫ | কাৰ্য্যালয় স্মাৰক পত্ৰ | ডাউনলোড |
৫ | নং.পি.পি.জি.(পি.) ১০৩/২০০৬/১ তাৰিখ ১জুন, ২০০৬ | অধিসূচনা- পেঞ্চন বিনিময়ৰ বাবে আবেদন- ইয়াৰ প্ৰক্ৰিয়া অসম ৰাজপত্ৰত প্ৰকাশ | ডাউনলোড |
৬ | নং.পি.পি.জি.(পি.) ১০৩/২০০৬/৫ তাৰিখ ১৫জুন, ২০০৬ | অ.এম.- কেন্দ্ৰীয় চৰকাৰৰ সেৱা/ৰাজ্য চৰকাৰৰ সেৱা/ৰাজহুৱা খণ্ডৰ উদ্যোগত পুনৰনিয়োজন হোৱা চৰকাৰী পেঞ্চনাৰৰ বাবে পেঞ্চন বিনিময়ৰ অনুমোদন জনোৱা ইত্যাদি, ইয়াৰ নিৰ্দেশনা | ডাউনলোড |
৭ | নং.পি.পি.জি.(পি.) ১৭৬/৯৮/৪৫১ তাৰিখ ১৬ছেপ্তেম্বৰ, ২০০৬ | পৰিয়াল ভাট্টাৰ পৰা পেঞ্চন বিনিময়ৰ পৰিমাণ হ্ৰাস কৰা | ডাউনলোড |
৮ | নং.পি.পি.জি.(পি.) ২২/২০০৮/৩ তাৰিখ ৬মে, ২০০৮ | ৰাজ্যিক চৰকাৰৰ পেঞ্চনাৰৰ পেঞ্চন বিনিময় মঞ্জুৰ কৰা | ডাউনলোড |
৯ | নং.পি.পি.জি.(পি.) ৩৬৬/২০০১১/৩২ তাৰিখ ১২ফেব্ৰুৱাৰী, ২০১৩ | অধিসূচনা- অসম সেৱা (পেঞ্চন বিনিময়) (সংশোধন) অধিনিয়ম, ২০১৩ | ডাউনলোড |
১০ | পৰিশিষ্ট – এ. | অসম সেৱাৰ ১৭এ. অধিনিয়মঅধীনষ্ঠ নিৰ্ধাৰিত বিনিময় তালিকা (পেঞ্চন বিনিময় অধিনিয়ম ১৯৬৫) | ডাউনলোড |
১১ | নং.পি.পি.জি.(পি.) ৮৮/২০১০/৯৯ তাৰিখ ৬নৱেম্বৰ, ২০১৩ | সংশোধিত পেঞ্চনৰ ভিত্তিত পেঞ্চন বিনিময়ৰগ্ৰাহ্যতা | ডাউনলোড |
১২ | নং.পি.পি.জি.(পি.) ১৪০/২০১০/১৯৪ তাৰিখ ৫মাৰ্চ, ২০১৪ | ০১/০৪/২০০৯ তাৰিখৰ পাছত অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰলৈ সংশোধিত পেঞ্চন বিনিময় | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.এফ.এম.পি. ৪/৮৬/২৩ তাৰিখ ২৬মে, ১৯৮৭ | সেৱাত বৰ্তি থকা কালতে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰী সকলৰপৰিয়াল ভাট্টা আৰু মৃত্যু ও অৱসৰ আনুতিষিক প্ৰদান প্ৰক্ৰিয়াৰ সৰলীকৰণ | ডাউনলোড |
২ | নং.পি.পি.জি.(পি.) ১৪৮/৯২/৯৬ তাৰিখ ৮মে, ১৯৯৬ | অধিসূচনা- অসম সেৱা (পেঞ্চন)(দ্বিতীয় সংশোধন) অধিনিয়ম, ১৯৯৫ | ডাউনলোড |
৩ | নং.পি.পি.জি.(পি.) ১৪৮/৯২/৯৬ তাৰিখ ৮মে, ১৯৯৬ | কাৰ্য্যালয় স্মাৰকপত্ৰ- অৱসৰৰ পাছত বিবাহ সম্পন্ন হলে পি.পি.অ.ত পত্নী আৰু অৱসৰৰ পাছত জন্ম পোৱা সন্তানৰ নাম সন্নিবিষ্ট কৰিবৰ বাবে কৰা আবেদন মঞ্চ | ডাউনলোড |
৪ | নং.পি.পি.জি.(পি.) ১৪৮/৯২/৯৬ তাৰিখ ৮মে, ১৯৯৬ | অধিসূচনা- অসম সেৱা (পেঞ্চন)(দ্বিতীয় সংশোধন) অধিনিয়ম, ১৯৯৯ | ডাউনলোড |
৫ | ক্ষতিপূৰণ পত্ৰ | ডাউনলোড | |
৬ | নং.পি.পি.জি.(পি.) ১৬৪/৯৮/১৩০ তাৰিখ ৩০আগষ্ট, ২০০৩ | পৰিয়াল ভাট্টাৰ সৰ্বনিম্ন হাৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থাৰ সংশোধন | ডাউনলোড |
৭ | নং.পি.পি.জি.(পি.) ১১১/২০০৩/৩২ তাৰিখ ৭জুলাই, ২০০৪ | অৱসৰৰ পাছত সম্পন্ন বিবাহ- তাৰ পাছত পৰিয়াল ভাট্টাৰ অনুমতি প্ৰদান | ডাউনলোড |
৮ | নং.পি.পি.জি.(পি.) ১২৯/২০০৪(এ)/১৮৯ তাৰিখ ১জুন, ২০০৫ | ১/১/৮৯চনৰ পূৰ্বৰ পেঞ্চনাৰ সকলৰ পৰিয়াল ভাট্টা আৰু পেঞ্চন সংশোধন সম্বন্ধে অ.এম. | ডাউনলোড |
৯ | নং.পি.পি.জি.(পি.) ১২৯/২০০৪/১৮৯ তাৰিখ ৩০নৱেম্বৰ, ২০০৫ | ৰাজ্যিক ৰাজহুৱা খণ্ডৰ অধীনষ্ঠ প্ৰতিষ্ঠানত নিয়োগ লাভ কৰা ৰাজ্যিক কৰ্মচাৰীক পৰিয়াল ভাট্টা প্ৰদান কৰা | ডাউনলোড |
১০ | নং.পি.পি.জি.(পি.) ১৫১/০৪/১৪ তাৰিখ ২৭ডিচেম্বৰ, ২০১০ | নিয়োজিত পৰিয়াল পেঞ্চনাৰলৈ সকাহ প্ৰদান সম্বন্ধত | ডাউনলোড |
১১ | নং.পি.পি.জি.(পি.) ১৫১/০৪/১৭ তাৰিখ ৩০জুলাই, ২০১১ | নিয়োজিত পৰিয়াল পেঞ্চনাৰ/বাৰ্ধক্য পেঞ্চন প্ৰাপকলৈ সকাহ প্ৰদান সম্বন্ধত | ডাউনলোড |
১২ | নং.পি.পি.জি.(জি.) ১০/২০১৩/৩৮ তাৰিখ ২০আগষ্ট, ২০১৫ | অসম সেৱা(পেঞ্চন)- সংশোধিত অধিনিয়ম ২০১৫ | ডাউনলোড |
১৩ | নং.পি.পি.জি.(জি.) ১০/২০১৩/৪১ তাৰিখ ১১জানুৱাৰী, ২০১৬ | এ.এছ.পি.আৰ. ১৯৬৯ৰ অধিনিয়ম ১৪৩(i) আৰু (ii)ৰ সংশোধন- তাৰপাছত স্পষ্টীকৰণ | ডাউনলোড |
১৪ | নং.পি.পি.জি.(জি.) ১০/২০১৩/৪৭ তাৰিখ ১৯এপ্ৰিল, ২০১৬ | এ.এছ.পি.আৰ. ১৯৬৯ৰ অধিনিয়ম ১৪৩(i) আৰু (ii)ৰ সংশোধন- তাৰপাছত স্পষ্টীকৰণ | ডাউনলোড |
১৫ | নং.পি.পি.জি.(জি.) ১৪৮/৯২/৯৬ তাৰিখ ৮মে, ১৯৯৬ | অধিসূচনা- অধিনিয়ম ১৪৮ৰ এ.এছ.পি.আৰ. ১৯৬৯ৰ সংশোধন | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | জি.পি.এফ. অধিনিয়ম | জি.পি.এফ. অধিনিয়ম | ডাউনলোড |
২ | এফ.এম. ৭২/৮১/১ তাৰিখ ৩ডিচেম্বৰ, ১৯৮১ | অধিসূচনা | ডাউনলোড |
৩ | পি.পি.জি.(পি.) ১৫/৯১/৭৬ তাৰিখ ৩মে, ১৯৯৪ | অসম ৰাজপত্ৰ অধিসূচনা | ডাউনলোড |
৪ | নং.এফ.ই.জি. ৩/৯৮/৩৯ তাৰিখ ৮ফেব্ৰুৱাৰী, ১৯৯৯ | কাৰ্য্যালয় স্মাৰকপত্ৰ | ডাউনলোড |
৫ | নং.পি.পি.জি.(পি.) ১৮০/২০০৬/৪ তাৰিখ ৪ছেপ্তেম্বৰ, ২০০৬ | অস্থায়ী ভৱিষ্য নিধিৰ মঞ্জুৰী – পৰামৰ্শাৱলী সম্বন্ধে | ডাউনলোড |
৬ | নং.পি.পি.জি.(পি.) ১১৩/২০০৮/২ তাৰিখ ১৬মে, ২০০৮ | অসম চৰকাৰৰ উপভোক্তাৰ বাবে জি.পি.এফ. অধিনিয়মৰ অনুপালত | ডাউনলোড |
৭ | নং.পি.পি.জি.(পি.) ৮৮/২০০৯/৩৮ তাৰিখ ১৪জুলাই, ২০১১ | অধিসূচনা | ডাউনলোড |
৮ | নং.পি.পি.জি.(পি.) ৩৭৩/১১/১৭-এ তাৰিখ ১২জানুৱাৰী, ২০১২ | ও.এম.- শূন্যতকৈ কম ভৱিষ্য নিধিৰ জমাৰাশি/ভুল একাউণ্ট নম্বৰ/ নিৰ্ধাৰিত পৰিমাণতকৈ অধিক অস্থায়ী অগ্ৰিম সংগ্ৰহ | ডাউনলোড |
৯ | নং.পি.পি.জি.(পি.) ১০৪/২০১২/২ তাৰিখ ২৭এপ্ৰিল, ২০১২ | জি.পি.এফ. উপভোক্তাৰ অন্তিম সংগ্ৰহ দাবী প্ৰেৰণ কৰাত পলম হোৱা | ডাউনলোড |
১০ | নং.পি.পি.জি.(পি.) ৮০/২০১২/২২ তাৰিখ ৩১আগষ্ট, ২০১২ | অধিসূচনা | ডাউনলোড |
১১ | নং.পি.পি.জি.(পি.) ৮০/২০১২/২২ তাৰিখ ২২জুলাই, ২০১৩ | অধিসূচনা | ডাউনলোড |
১২ | নং.পি.পি.জি.(পি.) ৮০/২০১২/৫৬ তাৰিখ ২৭জুন, ২০১৪ | অধিসূচনা | ডাউনলোড |
১৩ | নং.পি.পি.জি.(পি.) ৮০/২০১২/৫৯ তাৰিখ ৯ছেপ্তেম্বৰ, ২০১৩ | অধিসূচনা | ডাউনলোড |
১৪ | নং.পি.পি.জি.(পি.) ৩০/২০১৩/১১ তাৰিখ ১৮নৱেম্বৰ, ২০১৪ | কাৰ্য্যালয় স্মাৰকপত্ৰ | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.পি.পি.জি.(পি.) ২৬৮/৯৫/৮৫ তাৰিখ ৩০মে, ২০০৩ | অসম সেৱা (পেঞ্চন)সংশোধিত অধিনিয়ম ২০০৩ | ডাউনলোড |
২ | নং.পি.পি.জি.(পি.) ২২৪/২০০৪/২ তাৰিখ ২৫এপ্ৰিল, ২০০৫ | অৱসৰ লাভ কৰা/সেৱাত বৰ্তি থকা কালতে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ প্ৰতিবন্ধী পুত্ৰ-কন্যাৰ বাবে জীৱনযোৰা পৰিয়াল ভাট্টা মঞ্জুৰী কৰা সন্দৰ্ভত স্পষ্টীকৰণ | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.এফ.এম.পি. ৪০/৮৫/৭ তাৰিখ ২৬আগষ্ট, ১৯৮৫ | কৰ্তব্যৰত অৱস্থাত বা কৰ্তব্যৰ সৈতে জড়িত কোনো কাৰণত প্ৰাণ হেৰুওৱা চৰকাৰী কৰ্মচাৰীলৈ বিশেষ পৰিয়াল ভাট্টা | ডাউনলোড |
২ | নং.এফ.এম.পি. ৪০/৮৫/৭৬ তাৰিখ ১৩মাৰ্চ, ১৯৮৯ | কৰ্তব্যৰত অৱস্থাত বা কৰ্তব্যৰ সৈতে জড়িত কোনো কাৰণত প্ৰাণ হেৰুওৱা চৰকাৰী কৰ্মচাৰীলৈ বিশেষ পৰিয়াল ভাট্টা- তাৰপাছত স্পষ্টীকৰণ | ডাউনলোড |
৩ | নং.পি.পি.জি.(পি.) ২৪৮/২০০০/১ তাৰিখ ২৫ছেপ্তেম্বৰ, ২০০০ | কৰ্তব্যৰত অৱস্থাত বা কৰ্তব্যৰ সৈতে জড়িত কোনো কাৰণত প্ৰাণ হেৰুওৱা চৰকাৰী কৰ্মচাৰীলৈ বিশেষ পৰিয়াল ভাট্টা- তাৰপাছত স্পষ্টীকৰণ | ডাউনলোড |
৪ | নং.পি.পি.জি.(পি.) ২৬৯/২০০৫/১৫ তাৰিখ ২৭ডিচেম্বৰ, ২০০৫ | চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫৮বছৰৰ পৰা ৫৯বছৰলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ পৰিয়াল ভাট্টা প্ৰাপকৰসুবিধা প্ৰদান কৰা | ডাউনলোড |
৫ | নং.পি.পি.জি.(জি.) ৫৬/২০০৬/১২ তাৰিখ ২৫ছেপ্তেম্বৰ, ২০০৬ | অসম ৰাজপত্ৰিকাত প্ৰকাশিত কাৰ্য্যালয় স্মাৰকপত্ৰ | ডাউনলোড |
৬ | নং.পি.পি.জি.(পি.) ১০০/২০১৩/১৫ তাৰিখ ১৮নৱেম্বৰ, ২০১৫ | আৰ.ও.পি. ২০১০অনুসৰি দৰমহা আৰু ভাট্টা সংশোধনীৰ অধীনতবিশেষ পৰিয়াল ভাট্টাৰ সংশোধন | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.পি.পি.জি.(পি.) ৮৩/৮৯/১ তাৰিখ ১৪ডিচেম্বৰ, ১৯৮৯ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
২ | নং.পি.পি.জি.(পি.) ৮৩/৮৯/১৫৯ তাৰিখ ১২ছেপ্তেম্বৰ, ১৯৯৬ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
৩ | নং.বি.ডব্লিও.৩/২০০৩/দ্বিতীয় খণ্ড/২৮৪ তাৰিখ ৯জুন, ২০০৯ | কাৰ্য্যালয় স্মাৰকপত্ৰ | ডাউনলোড |
৪ | নং.পি.পি.জি.(পি.) ৮৮/২০০৯/২ তাৰিখ ২০মে, ২০০৯ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
৫ | নং.পি.পি.জি.(পি.) ৮৮/২০০৯/৪৪ তাৰিখ ১৮মাৰ্চ, ২০১০ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
৬ | নং.পি.পি.জি.(পি.) ৮৮/২০০৯/৫৮ তাৰিখ ৩১জুলাই, ২০১০ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
৭ | নং.পি.পি.জি.(পি.) ৮৮/২০০৯/৬৯ তাৰিখ ৪অক্টোবৰ, ২০১০ | পেঞ্চন/ডি.আৰ.চি.জি.ৰ বাবে হাজিৰাৰ সময় হিচাপ কৰা | ডাউনলোড |
৮ | নং.এফ.ই.চি.(II)৪৯/২০১০/১১৮ তাৰিখ ১৬জুন, ২০১২ | হাজিৰা সেৱা, মাস্তাৰ ৰোল কৰ্মচাৰীৰৰ নিয়মীয়াকৰণ কৰা, | ডাউনলোড |
৯ | নং.পি.পি.জি.(পি.) ৮৮/২০১০/৮৩ তাৰিখ ৩১মে, ২০১৩ | নিয়মীয়াকৰণ কৰা মাস্তাৰ ৰোলৰ কৰ্মচাৰী সকলক পেঞ্চন আৰু অন্যান্য অৱসৰ গ্ৰহণৰ সুবিধা প্ৰদান সম্পৰ্কত হোৱা আলোচনাৰ সবিশেষ | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং.এফ.এ.পি./এছ.চি./৯/৭৬/৫ তাৰিখ ২৯এপ্ৰিল, ১৯৭৬ | অ.এম.- বাৰ্ধক্য পেঞ্চন আৰু মৃত্য-ও-অৱসৰ আনুতোষিক প্ৰদানত পলম নহবৰ বাবেপ্ৰক্ৰিয়া সৰলিকৰণ | ডাউনলোড |
২ | নং.পি.পি.জি.(পি.) ১১২/৮৭/১ তাৰিখ ১৯৮৯ | অধিসূচনা- অসম সেৱা(পেঞ্চন) সংশোধন অধিনিয়ম, ১৯৮৯ | ডাউনলোড |
৩ | নং.পি.পি.জি.(পি.) ১৩৯/৯৩/৫০ তাৰিখ ১২মে, ১৯৯৪ | ও.ওম.- অসম ৰাজপত্ৰৰযোগেদি প্ৰকাশ পোৱা ১/১/৮৯তাৰিখৰ পূ্ৰ্বে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰ সকলৰ ক্ষেত্ৰত গড় দৰমহাৰ ৫০শতাংশস্বাধীন পেঞ্চন পদ্ধতিত পেঞ্চনৰ পুনৰ গণনা কৰা | ডাউনলোড |
৪ | নং.পি.পি.জি.(পি.) ১৪৮/৯২/৮৩ তাৰিখ ১৮জানুৱাৰী, ১৯৯৫ | অধিসূচনা- অসম সেৱা(পেঞ্চন)(সংশোধন) অধিনিয়ম, ১৯৯৫ | ডাউনলোড |
৫ | অধিনিয়ম | অসম সেৱা(পেঞ্চন) অধিনিয়ম, ১৯৬৯ অধিনিয়ম ১৪৩ মন্তব্য | ডাউনলোড |
৬ | পি.পি.জি.(পি.) ১৯৬/৯২/৩৫ তাৰিখ ১২ছেপ্তেম্বৰ, ১৯৯৬ | অ.এম.- যি সকল অস্থায়ী ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে একেৰাহে ২০বছৰ কাল সেৱা আগবঢ়াইছে তেওঁলোকৰ বাবে পেঞ্চনৰ সুবিধা | ডাউনলোড |
৭ | পি.পি.জি.(পি.) ১৯৬/৯২/৬১ তাৰিখ ৬ছেপ্তেম্বৰ, ২০০৩ | অ.এম.- যি সকল অস্থায়ী ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে একেৰাহে ২০বছৰ কাল সেৱা আগবঢ়াইছে তেওঁলোকৰ বাবে পেঞ্চনৰ সুবিধা | ডাউনলোড |
৮ | নং. বি.(৩)৪৬৭/৯৪/খণ্ড/১০৭ তাৰিখ ৮মে, ২০০০ | অধিসূচনা- প্ৰাদেশিকৃত মাদ্ৰাছা শিক্ষানুষ্ঠানৰ পেঞ্চন সুবিধা সম্পৰ্কীয় | ডাউনলোড |
৯ | নং.পি.পি.জি.(পি.) ১৬৪/৯৮/খণ্ড ১/১৫৮ তাৰিখ ১৪জানুৱাৰী, ২০০৪ | অ.এম.- ১/১/১৯৯৬ তাৰিখৰ পৰা ৩০/০৯/০১-৯৯৬তাৰিখৰ ভিতৰত অৱসৰ গ্ৰহণ কৰা সকলৰ বাবে গঢ় হিচাপতদহ মাহতলাভ কৰা দৰমহাৰ হিচাপ কৰিবৰ বাবে সংশোধিত নীতি গ্ৰহণৰ জৰিয়তেপেঞ্চন নিৰ্ণয় পদ্ধতিৰ সংশোধন | ডাউনলোড |
১০ | নং.পি.পি.জি.(পি.) ২২৭/২০০৪/৮ তাৰিখ ১ডিচেম্বৰ, ২০০৪ | অ.এম.- অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক অস্থায়ী পেঞ্চন প্ৰদান কৰিবলৈ কাৰ্য্যালয় প্ৰমুখ্যক ক্ষমতা প্ৰদান কৰা | ডাউনলোড |
১১ | নং.এ.ই.ই.১৫৩/২০০৫/খণ্ড/৭৪ তাৰিখ ১০নৱেম্বৰ, ২০০৫ | অসম প্ৰাথমিক শিক্ষা (প্ৰাদেশিকৃত)অধিনিয়ম ২০০৫ত সংশোধনি ঘটোৱা সম্পৰ্কে অসম ৰাজপত্ৰৰ জৰিয়তে অধিসূচনা জাৰি কৰা | ডাউনলোড |
১২ | নং.এফ.ই.জি.১৫/৯৮/খণ্ড-১/৩৫ তাৰিখ ২জুন, ২০০৫ | অ.এম.- ১/১/২০০৫তাৰিখৰ পৰা কাৰ্য্যকৰি হোৱাকৈ সংশোধিত হাৰত মৰগীয়া বানচ প্ৰদান/সেৱা প্ৰদান কৰি থকা চৰকাৰী কৰ্মচাৰীক মৰগীয়া সাহাৰ্য্য প্ৰদান/ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ/ পৰিয়াল ভাট্টা প্ৰাপক/ অসামান্য পেঞ্চন প্ৰাপক | ডাউনলোড |
১৩ | নং.এল.জি.এল/১১২/২০০৫/১৫৮ তাৰিখ ২২ডিচেম্বৰ, ২০০৫ | অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকৰণ) আইন ২০০৫ সম্পৰ্কে অসম ৰাজপত্ৰৰ জৰিয়তে অধিসূচনা | ডাউনলোড |
১৪ | নং.চি.ই.ই./৭৭/২০০৯/১২ তাৰিখ ২৯জুলাই,২০০৯ | পি.ডব্লিও.ডি. মুখ্য অভিযন্তা কাৰ্য্যালয়ৰ হাজিৰা আৰু মাস্তাৰ ৰোল কৰ্মচাৰীৰ বাবে নতুন অৰিহণামূলকপেঞ্চন আঁচনি | ডাউনলোড |
১৫ | নং. বি.ডব্লিও.৩/২০০৩/খণ্ড-২/২৮৪ তাৰিখ ৯জুন,, ২০০৯ | ও.এম.- ১/২/২০০৫ তাৰিখৰ পাছত নিয়মীয়াকৰণ হোৱা হাজিৰা আৰু মাস্তাৰ ৰোল কৰ্মচাৰী সম্বন্ধে | ডাউনলোড |
১৬ | নং. বি.ডব্লিও.৭/২০০৮/খণ্ড/৪০ তাৰিখ ৬অক্টোবৰ, ২০০৯ | ও.এম.- অৰিহণামূলক পেঞ্চন আঁচনি পৰিচয় কৰোৱা সম্পৰ্কে | ডাউনলোড |
১৭ | অৰিহণামূলক পেঞ্চন আঁচনি ৰূপায়নৰ পৰামৰ্শাৱলী | ডাউনলোড | |
১৮ | নং. বি.ডব্লিও.৭/২০০৮/খণ্ড-১/৬৯ তাৰিখ ১৮অক্টোবৰ, ২০১২ | অধিসূচনা- ৰাজ্যিক স্বায়ত্ব শাসিত অনুষ্ঠান সমূহত অৰিহণামূলক পেঞ্চন আঁচনি ৰূপায়ন কৰা | ডাউনলোড |
১৯ | নং. বি.ডব্লিও. ৭/২০০৮/খণ্ড/২৬৮ তাৰিখ ২১জুন, ২০১৩ | ও.এম.- অৰিহণামূলক পেঞ্চন আঁচনি পৰিচয় কৰোৱা সম্পৰ্কে | ডাউনলোড |
২০ | নং. পি.পি.জি.(পি.) ২২৭/২০০৪/৮ তাৰিখ ২৬এপ্ৰিল, ২০১১ | ও.এম.- ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা/অসামান্য পেঞ্চনাৰ সংশোধনৰ বাবে ১/১০/২০০৮তাৰিখৰ পৰা ৩১/৩/২০০৯তাৰিখলৈ বকেয়া পেঞ্চন মুকলাই দিয়া | ডাউনলোড |
২১ | নং. পি.পি.জি.(পি.)৮৮/২০১০/৫৪ তাৰিখ ৩১মে, ২০১১ | ও.এম.- ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা/অসামান্য পেঞ্চনাৰ সংশোধনৰ বাবে ১/১০/২০০৮ তাৰিখৰ পৰা ৩১/৩/২০০৯ তাৰিখলৈ বকেয়া পেঞ্চন মুকলাই দিয়া | ডাউনলোড |
২২ | নং. পি.পি.জি.(পি.)৮৮/২০০৯/৩৭ তাৰিখ ১৪জুলাই, ২০১১ | অধিসূচনা- ১/২/২০০৫তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱা অসম সেৱা (পেঞ্চন) সংশোধনী অধিনিয়ম ২০১১ সম্পৰ্কে | ডাউনলোড |
২৩ | নং. পি.পি.জি.(পি.)১৪০/২০০৯/৪১ তাৰিখ ১৭ছেপ্তেম্বৰ, ২০১১ | নতুন অৰিহণামূলক পেঞ্চন আঁচনি সন্দৰ্ভত শুদ্ধিপত্ৰ | ডাউনলোড |
২৪ | নং. পি.পি.জি.(পি.)৭/২০১২/৮ তাৰিখ ২১জুন, ২০১২ | অধিসূচনা- অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ সকলক অস্থায়ী পেঞ্চন আৰু ডি.চি.আৰ.জি. প্ৰদানৰ বাবেকাৰ্য্যালয় প্ৰমুখ্যক ক্ষমতা প্ৰদান কৰা | ডাউনলোড |
২৫ | নং. পি.পি.জি.(পি.)২১৯/৯৭/৫ তাৰিখ ২মাৰ্চ, ১৯৯৮ | প্ৰশাসনীক বিভাগৰ সৈতে সম্বন্ধিত পৰামৰ্শ বিভাগৰ প্ৰক্ৰিয়া | ডাউনলোড |
২৬ | নং. পি.পি.জি.(পি.)৩০৫/২০০০/১২৮ তাৰিখ ২৩ছেপ্তেম্বৰ, ২০০৩ | অধিসূচনা- পেঞ্চন আদালত | ডাউনলোড |
২৭ | নং. পি.পি.জি.(পি.)১৬৫/১৪/৭ তাৰিখ ১৪জানুৱাৰী, ২০১৬ | কাৰ্য্যালয় স্মাৰকপত্ৰ | ডাউনলোড |
২৮ | নং. পি.পি.জি.(পি.)২০২/২০১০/২৭ তাৰিখ ২২এপ্ৰিল, ২০১৩ | অধিসূচনা- পেঞ্চন বিতৰণৰ বাবে অতিৰিক্ত তিনিটা ৰাষ্ট্ৰীয়কৃত বেংক সংযোগ কৰা | ডাউনলোড |
ক্ৰমিক নং | নথিৰ নম্বৰ আৰু তাৰিখ | বিৱৰণ | ডাউনলোড লিংক |
১ | নং. এল.জি.এল.১২৪/৭৭/৬৫ তাৰিখ ১২ডিচেম্বৰ, ১৯৭৭ | অসম ৰাজপত্ৰিকাৰ জৰিয়তে অধিসূচনা–অসম মাধ্যমিক শিক্ষা (প্ৰাদেশিকৰণ) আইন ১৯৭৭ | ডাউনলোড |
২ | নং. এফ.এম.পি.৫৮/৮২/১২ তাৰিখ ১৩জানুৱাৰী, ১৯৮৩ | ও.এম.- অৱসৰপ্ৰাপ্ত বা মৃত চৰকাৰী কৰ্মচাৰীৰ বাবে অনুমোদিত মৃত্যু-ও-অৱসৰে সামৰি নোলোৱা চৰকাৰী বকেয়া মুকলিকৰি দিয়া | ডাউনলোড |
৩ | নং. এ.বি.পি.২৩৩/৮৫/৫৬ তাৰিখ ৭মে, ১৯৮৬ | অসম ৰাজপত্ৰৰ জৰিয়তে অধিসূচনা- অসম লোকসেৱা (এদ-হক) নিয়োগ অধিনিয়ম, ১৯৮৬ | ডাউনলোড |
৪ | নং. এ.বি.পি.২৩৩/৮৫/৬২ তাৰিখ ৭মে, ১৯৮৬ | অ.এম.- অসম লোকসেৱা আয়োগ (কাৰ্য্যকৰণৰ সীমা)বিনিয়মন ১৯৫১ৰ বিনিয়মন ৩(এফ.)ৰ অধীনত নিয়োগ | ডাউনলোড |
৫ | নং. এফ.এম.পি.৫১/৮৬/১৫ তাৰিখ ১০ফেব্ৰুৱাৰী, ১৯৮৭ | অধিসূচনা- পেঞ্চন আৰু ৰাজুহুৱা অভিযোগ বিভাগলৈ ক্ষমতাৰ প্ৰত্যাৰোপণ | ডাউনলোড |
৬ | নং. এ.আৰ.৫২/৮৩/৭ তাৰিখ ১২আগষ্ট, ১৯৮৬ | অধিসূচনা- নতুন বিভাগ সৃষ্টি- পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগ | ডাউনলোড |
৭ | নং. এফ.এম.পি.৫১/৮৬/২২ তাৰিখ ২৪ফেব্ৰুৱাৰী, ১৯৯২ | অধিসূচনা- পেঞ্চন আৰু ৰাজুহুৱা অভিযোগ বিভাগলৈ ক্ষমতাৰ প্ৰত্যাৰোপণ | ডাউনলোড |
৮ | নং. পি.পি.জি.(পি.)১৩৬/৯০/২৩৯ তাৰিখ ২এপ্ৰিল, ১৯৯১ | অ.এম.- ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপকলৈ পেঞ্চনৰ সুবিধা প্ৰদান | ডাউনলোড |
৯ | নং. পি.পি.জি.(পি.)৭৯/৯০/৬ তাৰিখ ১৫ডিচেম্বৰ, ১৯৯২ | অ.এম.- চৰকাৰী বিভাগৰ লগতে বিৰতিবিহিন ভাৱে প্ৰাদেশিকৃত বিদ্যালয়ত যোগদান কৰা কৰ্মচাৰীৰ এটাতকৈ অধিক পেঞ্চন প্ৰদান কৰিবলগীয়া পদবীৰ ক্ষেত্ৰত পেঞ্চন প্ৰদানৰ বাবে সেৱা গণনা কৰা সম্পৰ্কত | ডাউনলোড |
১০ | নং. ই.পি.ই. ১৭/৮৩/খণ্ড-২/৫৩ তাৰিখ ২২নৱেম্বৰ, ১৯৮৯ | সকলো প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় আবেদন | ডাউনলোড |
১১ | নং. এ.আৰ.২৯/৮৮/৪৩ তাৰিখ ৮জুন, ১৯৮৯ | অধিসূচনা- পেঞ্চন সঞ্চালকালয় সৃষ্টি | ডাউনলোড |
১২ | নং. এ.এ.প. ২৩০/৮৬/৫ তাৰিখ ১ফেব্ৰুৱাৰী, ১৯৯২ | অ.এম.- সম্পূৰ্ণ চাকৰিকালতকৈও অধিক সময় চাকৰি কৰা | ডাউনলোড |
১৩ | নং. পি.পি.জি.(পি.)৩৮/৯১/৩৬ তাৰিখ ১৮নৱেম্বৰ, ১৯৯২ | অ.এম.- ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ, পৰিয়াল ভট্টা প্ৰাপক, অসামান্য পেঞ্চন প্ৰাপক আৰু অসামান্য পৰিয়াল ভাট্টা প্ৰাপকক মৰগীয়া বানচ প্ৰদান কৰা | ডাউনলোড |
১৪ | পৰিশিষ্ট-১ | অ.এম. নং. পি.পি.জি.(পি.)৩৮/৯১/৩৬ তাৰিখ ১৮নৱেম্বৰ, ১৯৯২অনুসৰি১/১/৯২তাৰিখৰ পৰা ৩০/৬/৯২তাৰিখলৈ কাৰ্য্যকৰী হোৱা চৰকাৰী পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপকক প্ৰদান কৰিবলগীয়া সংশোধিত মৰগীয়া সাহাৰ্য্যৰ হাৰ | ডাউনলোড |
১৫ | পৰিশিষ্ট-২ | অ.এম. নং. পি.পি.জি.(পি.)৩৮/৯১/৩৬ তাৰিখ ১৮নৱেম্বৰ, ১৯৯২ অনুসৰি ১/৭/৯২তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱা চৰকাৰী পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপকক প্ৰদান কৰিবলগীয়া সংশোধিত মৰগীয়া সাহাৰ্য্যৰ হাৰ | ডাউনলোড |
১৬ | নং. পি.পি.জি.(পি.)৪২/৯৫/২৯ তাৰিখ ২১ডিচেম্বৰ, ১৯৯৫ | অ.এম.- ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ, পৰিয়াল ভট্টা প্ৰাপক, অসামান্য পেঞ্চন প্ৰাপক আৰু অসামান্য পৰিয়াল ভাট্টা প্ৰাপকক মৰগীয়া বানচ প্ৰদান কৰা | ডাউনলোড |
১৭ | নং. বি.(৩) ২২৭/৯৩/খণ্ড/৩৯১ তাৰিখ ১২জুন, ১৯৯৭ | পুনৰ নিয়োজন আৰু পেঞ্চনৰ সুবিধা প্ৰদানৰ জৰিয়তে প্ৰাদেশিকৃত উচ্চ বিদ্যালয়/উচ্চতৰ বিদ্যালয়/উচ্চ মাদ্ৰাছা/উচ্চতৰ মাদ্ৰাছাৰ শিক্ষক-কৰ্মচাৰীৰ সকলৰ ক্ষেত্ৰত ৫৮বছৰ বয়সতকৈ অধিক কাল চাকৰি কৰা সময়ছোৱাক নিয়মীয়াকৰণ কৰা | ডাউনলোড |
১৮ | নং. এফ.ই.জি. ২৫/৮৭/১৩২ তাৰিখ ১২জুন, ১৯৯৭ | অ.এম.- কনিষ্ঠ চৰকাৰী কৰ্মচাৰীৰ তুলনাত জেষ্ঠ চৰকাৰী কৰ্মচাৰী সকলৰ সমান দৰমহা বা জেষ্ঠ চৰকাৰী কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰা | ডাউনলোড |
১৯ | নং.পি.পি.জি.(পি.) ২১৯/৯৭/৫ তাৰিখ ২মাৰ্চ, ১৯৯৮ | অ.এম.- প্ৰশাসনীক বিভাগৰ সৈতে সম্বন্ধিত পৰামৰ্শ বিভাগৰ প্ৰক্ৰিয়া | ডাউনলোড |
২০ | নং.পি.পি.জি.(পি.) ১৬৪/৯৮/৬৬ তাৰিখ ১৯নৱেম্বৰ, ১৯৯৮ | ও.এম.- অসম দৰমহা আয়োগ, ১৯৯৪ৰ পৰামৰ্শ অনুযায়ী গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তৰ ৰূপায়ন ১জানুৱাৰী, ১৯৯৬চনৰ পূৰ্বৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপক ইত্যাদিৰ বাবে সংশোধিত পেঞ্চন | ডাউনলোড |
২১ | নং.পি.পি.জি.(পি.) ৩০৫/২০০০/৬৪ তাৰিখ ২৬জুন, ২০০১ | পেঞ্চনাৰ সকলৰ অভিযোগ নিৱাৰণৰ বাবে পেঞ্চন আদালত সম্পৰ্কত ৰাজ্য চৰকাৰৰ অধিসূচনা | ডাউনলোড |
২২ | নং.পি.পি.জি.(পি.)১৬৪/৯৮/খণ্ড-২/৪৫ তাৰিখ ৫ছেপ্তেম্বৰ, ২০০১ | ও.এম.- ডি.চি.আৰ.জি.ৰ পৰিমাণ ২লাখৰ পৰা ৩.৫লাখলৈ বৃদ্ধি | ডাউনলোড |
২৩ | নং.এফ.পি.চি.১০/৯৭/খণ্ড-১/২৩১ তাৰিখ ১১জুন, ২০০৩ | প্ৰথম ৰাষ্ট্ৰীয় ন্যায়িক দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী ন্যায়পালিকা সকলৰ বাবে সংশোধিত দৰমহাৰ সুবিধা সম্পৰ্কীয়া অধিসূচনা | ডাউনলোড |
২৪ | নং.পি.পি.জি.(পি.)৮৮/৯৯/খণ্ড-১/১৯ তাৰিখ ২৩জুন, ২০০৩ | ও.এম.- পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত পলম নহবৰ বাবে কাৰ্য্যালয় প্ৰমুখ্যেঅনুসৰণ কৰিবলগীয়া পদক্ষেপ সমূহ | ডাউনলোড |
২৫ | নং.পি.পি.জি.(পি.)১৯৬/৯২/৬১ তাৰিখ ৬ছেপ্তেম্বৰ, ২০০৩ | ও.এম.- ২০বছৰ একেৰাহে চৰকাৰী চাকৰি কৰাৰ পাছত পেঞ্চনৰ সুবিধা লাভ কৰা যোগ্যতা সম্বন্ধে | ডাউনলোড |
২৬ | নং.পি.পি.জি.(পি.)১৬৪/৯৮/খণ্ড-১/১৫৮ তাৰিখ ১৪জানুৱাৰী, ২০০৪ | ১/১/১৯৯৬ তাৰিখৰ পৰা ৩০/০৯/০১-৯৯৬ তাৰিখৰ ভিতৰত অৱসৰ গ্ৰহণ কৰা সকলৰ বাবে গঢ় হিচাপত দহ মাহত লাভ কৰা দৰমহাৰ হিচাপ কৰিবৰ বাবে সংশোধিত নীতি গ্ৰহণৰ জৰিয়তে পেঞ্চন নিৰ্ণয় পদ্ধতিৰ সংশোধন | ডাউনলোড |
২৭ | নং.পি.পি.জি.(পি.)৮৮/৯০/খণ্ড-১/৩০ তাৰিখ ২জুন, ২০০৪ | পেঞ্চনৰ বিষয় সমূহ প্ৰস্তুত কৰা আৰু জমা কৰাৰ পৰামৰ্শাৱলী | ডাউনলোড |
২৮ | পেঞ্চনৰ বিষয় সমূহ প্ৰস্তুত কৰা আৰু জমা কৰাৰ পৰামৰ্শাৱলী | ডাউনলোড | |
২৯ | নং. এ.এ.পি.১১৫/৭২/খণ্ড-১/১৪০ তাৰিখ ২৫জানুৱাৰী, ২০০৫ | চৰকাৰী চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বয়স ৫৮বছৰৰ পৰা ৫৯বছৰলৈ বৃদ্ধি | ডাউনলোড |
৩০ | নং.পি.পি.জি.(পি.)২৫/২০০৪/১৬০ তাৰিখ ২আগষ্ট, ২০০৫ | চৰকাৰী চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বয়স ৫৮বছৰৰ পৰা ৫৯বছৰলৈ বৃদ্ধি | ডাউনলোড |
৩১ | নং. এফ.পি.চি.১০/৯৭/খণ্ড-৫/৩৭৪ তাৰিখ ২এপ্ৰিল, ২০০৫ | ৰাজ্যৰ ন্যায়পালিকাৰ নিম্নপৰ্য্যায়ৰ সদস্য সকললৈ সংশোধিত পেঞ্চনৰ সুবিধা সম্প্ৰসাৰিত কৰা অধিসূচনা | ডাউনলোড |
৩২ | নং.পি.পি.জি.(পি.)২৬৮/০৫/৮৩ তাৰিখ ১২অক্টোবৰ, ২০০৫ | অসম ৰাজপত্ৰিকাত প্ৰকাশ পোৱা আৰ.টি.আই. আইন, ২০০৫ৰ সুবিধা অনুসৰি তথ্য হাতপুথি | ডাউনলোড |
৩৩ | নং.পি.পি.জি.(জি.)৪৪/২০০৫/৪৪ তাৰিখ ৩ফেব্ৰুৱাৰী, ২০০৬ | ৰাজ্যিক পেঞ্চনাৰ পৰিয়াল কল্যান নীধি, ২০০৬ৰ বাবে অধিনিয়ম সন্দৰ্ভত অধিসূচনা | ডাউনলোড |
৩৪ | নং.পি.পি.জি.(পি.)১২৯/২০০৪/৮২ ২৯নৱেম্বৰ, ২০০৫ | অধিসূচনা- অসম ৰাজপত্ৰত প্ৰকাশ পোৱা ধৰণে অসম সেৱা(পেঞ্চন)(সংশোধন) অধিনিয়ম, ২০০৫ | ডাউনলোড |
৩৫ | নং.পি.পি.জি.(পি.)১২৯/২০০৪(এ.)/১৮৯ তাৰিখ ১জুন, ২০০৬ | ও.ওম.- অসম ৰাজপত্ৰৰ যোগেদি প্ৰকাশ পোৱা ১/১/৮৯তাৰিখৰ পূ্ৰ্বে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰ সকলৰ ক্ষেত্ৰত গড় দৰমহাৰ ৫০শতাংশ স্বাধীন পেঞ্চন পদ্ধতিত পেঞ্চনৰ পুণৰ গণনা কৰা | ডাউনলোড |
৩৬ | নং.এফ.এম. ৫০/৯৮/৭৫ তাৰিখ ২৪জুলাই, ২০০৬ | ও.এম.- সাজত মৃত্যু হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে মঞ্জুৰ কৰা বকেয়া চৰকাৰী প্ৰাপ্য/লোণ আৰু অগ্ৰিম প্ৰদান কৰা | ডাউনলোড |
৩৭ | নং.২৫০১৪/২/২০০২-এ.আই.এছ.(২) তাৰিখ ১১এপ্ৰিল, ২০০৭ | কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য চৰকাৰৰ পৰা অৱসৰ গ্ৰহণ কৰা সৰ্বভাৰতীয় সেৱা বিষয়া সকলৰ বাবে পেঞ্চন আৰু অন্যান্য অৱসৰৰ সুবিধা প্ৰদান প্ৰক্ৰিয়া সৰলীকৰণ কৰা | ডাউনলোড |
৩৮ | নং.এফ.পি.চি. ২৬/২০০৭/১২ তাৰিখ ২০নৱেম্বৰ, ২০০৭ | চৰকাৰী চাকৰীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বয়স ৫৯বছৰৰ পৰা ৬০বছৰলৈ বৃদ্ধি | ডাউনলোড |
৩৯ | নং.পি.পি.জি.(পি.)৯২/২০০৬/১৮ তাৰিখ ১২ডিচেম্বৰ, ২০০৭ | ও.এম.- ৰাজহুৱা খণ্ডৰ বেংকৰ জৰিয়তে পেঞ্চন প্ৰদান- পেঞ্চনাৰৰ পতি বা পত্নীৰ সৈতে থকা যুটিয়া বেংক একাউণ্টত পেঞ্চন জমা কৰা | ডাউনলোড |
৪০ | নং.পি.পি.জি.(পি.) ১২৯/২০০৪(এ.)/২৮৫ তাৰিখ ২৭আগষ্ট, ২০০৮ | ও.এম.- সংশ্লিষ্ট কাৰ্য্যালয় প্ৰমূখৰপেঞ্চন আবেদন জমা কৰা আৰু ইয়াৰ সত্যাসত্য নিৰ্ণয় কৰা সন্দৰ্ভত | ডাউনলোড |
৪১ | নং.পি.পি.জি.(পি.)৮৮/২০১০/২৬ তাৰিখ ১জুন, ২০১০ | ও.এম.- ১/১/২০০৬তাৰিখৰ পূৰ্বৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপক সম্পৰ্কত ২০০৬চনৰ ১জানুৱাৰীৰ পৰা কাৰ্য্যকৰি হোৱা নিয়ন্ত্ৰন/পেঞ্চন সংশোধন/পৰিয়াল ভাট্টা সম্বন্ধত | ডাউনলোড |
৪২ | নং.পি.পি.জি.(পি.)৮৮/২০১০/২৭ তাৰিখ ১জুন, ২০১০ | ও.এম.- ১/১/২০০৬তাৰিখৰ পূৰ্বৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপক সম্পৰ্কত ২০০৬চনৰ ১জানুৱাৰীৰ পৰা কাৰ্য্যকৰি হোৱা নিয়ন্ত্ৰন/পেঞ্চন সংশোধন/পৰিয়াল ভাট্টা সম্বন্ধত | ডাউনলোড |
৪৩ | নং.পি.পি.জি.(পি.)১১৬/২০১০/২৫ তাৰিখ ২৮ছেপ্তেম্বৰ, ২০১০ | অধিসূচনা- অসম ৰাজ্যৰ প্ৰাদেশিকৃত পঞ্চায়ত কৰ্মচাৰী সকলৰ পেঞ্চন সম্পৰ্কীয় বিষয়বোৰ চোৱা-চিতা কৰিবলৈ অসমৰ পেঞ্চন সঞ্চালকক মনোনীত কৰ্তৃপক্ষ হিচাপে ঘোষনা কৰা | ডাউনলোড |
৪৪ | নং.পি.পি.জি.(পি.)১১১/২০০৩/৩২ তাৰিখ ৭জুলাই, ২০০৪ | অৱসৰৰ পাছত সম্পন্ন হোৱা বিবাহ- তাৰপাছত পৰিয়াল ভাট্টা মঞ্জুৰ কৰা | ডাউনলোড |
৪৫ | নং.পি.পি.জি.(পি.)৮৮/২০১০/খণ্ড/১৪ তাৰিখ ১৮নৱেম্বৰ, ২০১০ | ২০/১০/২০১০ তৰিখে অনুষ্ঠিত হোৱা সভাৰ সবিশেষ | ডাউনলোড |
৪৬ | নং. এফ.পি.চি.৭৩/২০০৯/খণ্ড/২৮৮ তাৰিখ ২২নৱেম্বৰ, ২০১০ | অধিসূচনা- ১/১/২০০৬তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ ন্যায়পালিকাৰ অধীনষ্ঠ সকলৰ দৰমহা আৰু পেঞ্চন/পৰিয়াল ভাট্টাৰসংশোধনসম্বন্ধত | ডাউনলোড |
৪৭ | নং. এফ.ই.জি. ৪/২০১০/৩৪ তাৰিখ ৩মাৰ্চ, ২০১১ | ও.এম.-১/১০/২০০৮তাৰিখৰ পৰা ৩১/৩/২০০৯তাৰিখলৈ প্ৰযোজ্য হোৱাকৈ সংশোধিত হাৰত বকেয়া মৰগীয়া বানচ/মৰগীয়া বানচ প্ৰদান কৰা/কৰ্মৰত চৰকাৰী কৰ্মচাৰী/ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপক/অসামান্য পেঞ্চন প্ৰাপককমৰগীয়া সাহাৰ্য্য প্ৰদান কৰা | ডাউনলোড |
৪৮ | নং.পি.পি.জি.(পি.)১১৬/২০১০/২৮ তাৰিখ ১৭মাৰ্চ, ২০১১ | অধিসূচনা- অসম পঞ্চায়ত কৰ্মচাৰী (প্ৰাদেশিকৰণ) আইন, ১৯৯৯ৰ সুবিধা অনুযায়ী সকলো প্ৰাদেশিকৃত পঞ্চায়ত কৰ্মচাৰৰীক পেঞ্চনৰ সুবিধা প্ৰদান কৰা | ডাউনলোড |
৪৯ | নং.পি.পি.জি.(পি.)১১৬/২০১০/২৮ তাৰিখ ১৭মাৰ্চ, ২০১১ | অধিসূচনা- অসম পঞ্চায়ত কৰ্মচাৰী (প্ৰাদেশিকৰণ) আইন, ১৯৯৯ৰ সুবিধা অনুযায়ী সকলো প্ৰাদেশিকৃত পঞ্চায়ত কৰ্মচাৰৰীক পেঞ্চনৰ সুবিধা প্ৰদান কৰা | ডাউনলোড |
৫০ | নং.এফ.এম.পি.৫৮/৮২/১২ তাৰিখ ১৩জানুৱাৰী, ১৯৮৩ | ও.এম.- | ডাউনলোড |
৫১ | নং.পি.পি.জি.(পি.)৩১৭/২০১১/১০ তাৰিখ ২৬ছেপ্তেম্বৰ, ২০১১ | ও.এম.- পেঞ্চন সম্পৰ্কীয় বিষয় সমূহৰ অনতিপলমে নিষ্পত্তি কৰা | ডাউনলোড |
৫২ | নং.পি.পি.জি.(পি.)৩৫০/২০১১/৯ তাৰিখ ১৬নৱেম্বৰ, ২০১১ | ২০১২-২০১৬, আগন্তুক পাঁচ বছৰৰ বাবে প্ৰজোয়নীয় তথ্য সমূহ সংগ্ৰহৰ জৰিয়তে অনতিপলমে চৰকাৰী কৰ্মচাৰী সকলক পেঞ্চন প্ৰদানৰ বাবে প্ৰক্ৰিয়াৰ সৰলিকৰণ কৰা | ডাউনলোড |
৫৩ | নং.পি.পি.জি.(পি.)৮৮/২০১০/৯৬ তাৰিখ ১৩ডিচেম্বৰ, ২০১১ | ও.এম.- অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক প্ৰথম এবছৰৰ বাবে অস্থায়ী পেঞ্চন/পৰিয়াল ভাট্টা প্ৰদানৰ বাবে কাৰ্য্যালয় প্ৰমুখ্যক ক্ষমতা প্ৰদান কৰা | ডাউনলোড |
৫৪ | নং.পি.পি.জি.(পি.)৩৫০/২০১১/১০ তাৰিখ ১৩ডিচেম্ব, ২০১১ | ২০১২-২০১৬, আগন্তুক পাঁচ বছৰৰ বাবে প্ৰজোয়নীয় তথ্য সমূহ সংগ্ৰহৰ জৰিয়তে অনতিপলমে চৰকাৰী কৰ্মচাৰী সকলক পেঞ্চন প্ৰদান/জমা দিয়াৰ বাবে প্ৰক্ৰিয়াৰ সৰলিকৰণ কৰা, তাৰ পাছতে নোডেল বিষয়া নিয়োগ কৰা | ডাউনলোড |
৫৫ | নং.পি.পি.জি.(পি.)৩৫০/২০১১/১১ তাৰিখ ১৭ডিচেম্বৰ, ২০১১ | ও.এম.- অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলক প্ৰথম এবছৰৰ বাবে অস্থায়ী পেঞ্চন/পৰিয়াল ভাট্টা প্ৰদানৰ বাবে কাৰ্য্যালয় প্ৰমুখ্যক ক্ষমতা প্ৰদান কৰা | ডাউনলোড |
৫৬ | নং.পি.পি.জি.(পি.)৩৫০/২০১১/২১ ২মাৰ্চ, ২০১২ | ২৩/০২/২০১২তাৰিখে অনুষ্ঠিত সভাৰ সবিশেষ | ডাউনলোড |
৫৭ | নং.পি.পি.জি.(পি.)৮৮/২০১০/খণ্ড/২৫ তাৰিখ ৭আগষ্ট, ২০১২ | ৰাজ্য চৰকাৰৰ অধীনত ১/১/২০০৬তাৰিখৰ পূৰ্বৰ পেঞ্চনাৰ/পৰিয়াল ভাট্টা প্ৰাপক সকলৰ বাবে সংশোধিত পেঞ্চন নিৰ্ধাৰণ কৰা | ডাউনলোড |
৫৮ | নং.পি.পি.জি.(পি.)২৭৩/২০১২/২ তাৰিখ ১১ছেপ্তেম্বৰ, ২০১২ | ও.এম.-পি.পি.জি. বিভাগে প্ৰদান কৰাপৰামৰ্শাৱলী অনুসৰণ কৰি সংশ্লিষ্ট ব্যক্তি সকলক অনতিপলমে পেঞ্চন প্ৰদান কৰিবলৰ বাবে স্মৰণ কৰোৱা | ডাউনলোড |
৫৯ | নং.পি.পি.জি.(পি.)৩১৯/২০১১/৯৫ তাৰিখ ২০অক্টোবৰ, ২০১২ | ও.এম.- হেড অৱ একাউণ্ট ২০১৭ৰ অধীনতঅতিৰিক্ত আবণ্টৰ বাবত যাতে খৰচ কৰা নহয় সেইয়া সুনিশ্চিত কৰা | ডাউনলোড |
৬০ | নং.পি.পি.জি.(জি.)১১/২০১২/৮৩ তাৰিখ ২৬জুন, ২০১৩ | ৰাজ্যিক চৰকাৰৰ পেঞ্চনাৰ সকলক পৰিচয় পত্ৰ প্ৰদান কৰা | ডাউনলোড |
৬১ | নং.পি.পি.জি.(পি.)১৫/২০১২/৪৮ তাৰিখ ৩০জুলাই, ২০১৩ | আৰ.টি.আই. আইন, ২০০৫ অনুসৰি ৰাজ্যিক জন তথ্য বিষয়া(এছ.পি.আই.ও.) সম্বন্ধে অধিসূচনা | ডাউনলোড |
৬২ | নং.বি.ডব্লিও.৫৮/৯২/খণ্ড-৪/৪ তাৰিখ ২৫ ফেব্ৰুৱাৰী, ২০১৪ | ও.এম.- ৰাজহুৱা প্ৰয়োজনৰ খাতিৰত কিছুমান পৰিস্থিতিত ডি.ডি.ও. সকলেনগদ ধন উলিওৱাৰ ক্ষেত্ৰত অনুমতি প্ৰদান | ডাউনলোড |
৬৩ | নং.পি.পি.জি.(পি.)২১৬/২০০৮/৩৯-এ. তাৰিখ ১৪মাৰ্চ, ২০১৪ | ৭/৩/২০১৪ তাৰিখে অনুষ্ঠিত হোৱা সভাৰ সবিশেষ | ডাউনলোড |
৬৪ | নং.পি.পি.জি.(পি.)৩০৫/২০০০/খণ্ড-২/২২৩ তাৰিখ ১এপ্ৰিল, ২০১৫ | ও.এম.- সংশ্লিষ্ট জিলা সমূহৰ ডি.চি. সকললৈ চুড়ান্ত পি.পি.ও. সমূহ প্ৰেৰণ কৰা সন্দৰ্ভত | ডাউনলোড |
৬৫ | নং.পি.পি.জি.(পি.)১২২/২০১৪/২৮ তাৰিখ ২২ডিচেম্বৰ, ২০১৪ | অধিসূচনা- দহ বছৰতকৈ কম সময় চাকৰি কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য সেৱা আনুতোষিক | ডাউনলোড |
৬৬ | নং. এফ.ই.জি. ১১৮/৭৫/খণ্ড-৪ তাৰিখ ১২ছেপ্তেম্বৰ, ১৯৮৪ | পাঁচ বছৰীয়া গুৰুত্ব সহ স্বেচ্ছাই অৱসৰ গ্ৰহণ | ডাউনলোড |