মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

প্ৰদান কৰা সেৱা সমূহৰ সবিশেষ

  • অসমৰ মহাগাণনীক আৰু পেঞ্চন সঞ্চালকালয়ৰ পৰালাভ কৰা অনুমোদন প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্য চৰকাৰৰ সকলো পেঞ্চন প্ৰাপক সকলক পেঞ্চন লোণ বিনিময়ৰ অনুমোদন প্ৰদান কৰা।
  • বিভাগটোক অন্য বিভাগ সমূহে সেৱা বিষয়ক/পেঞ্চন সম্বন্ধীয় বিষয়ৰ ওপৰত মতামত প্ৰদান কৰা যি বাহাল থকা অধিনিয়ম বা আইনৰ ৰেহাই/সংশোধন সম্পৰ্কীয় মতামত হব পাৰে।
  • বিভাগে লাভ কৰা ৰাজহুৱা অভিযোগ সমূহ নিৱাৰণ কৰা আৰু আন আন সংশ্লিষ্ট বিভাগ সমূহক এই অভিযোগ সমূহ অনলাইন যোগেৰে স্থানান্তৰ কৰা।
  • পেঞ্চন সঞ্চালকালয়ৰ জৰিয়তে অপ্ৰাদেশীকৃত বিদ্যালয় সমূহৰ শিক্ষক আৰু কৰ্মচাৰী আৰু লগতে পি.আৰ.আই. কৰ্মচাৰী সকলৰ পেঞ্চন সম্পৰ্কীয় বিষয় সমূহৰনিষ্পত্তি/চুড়ান্ত কৰা যত নাগৰিক চনদ প্ৰস্তুত কৰা হয়।