মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

বিভাগটোৰ কাৰ্য্যাৱলীৰ সবিশেষ

    • তলত উল্লেখ কৰা অধিনিয়মৰ অৱলোকন/সংশোধন/ৰেহাই প্ৰদান ইত্যাদিয়ে বিভাগটোৰ দায়িত্বক সুচাইছে।
    • অসম সেৱা (পেঞ্চন) অধিনিয়ম, ১৯৬৯।
    • অসম সেৱা (অসামান্য) পেঞ্চন অধিনিয়ম, ১৯৬৩।
    • অসম সেৱা (পেঞ্চনৰ বিনিময়) অধিনিয়ম, ১৯৬৫।
    • অসম সেৱা (পুঁজি ক্ষতিপূৰণ) অধিনিয়ম, ১৯৬২।
    • সাধাৰণ ভৱিষ্যনিধি অধিনিয়ম ১৯৩৭।
    • ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দলীয় জীৱন বীমা আঁচনি।
    • বিশেষ পৰিয়াল পেঞ্চন আঁচনি।
    • প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অন্য সংশ্লিষ্ট বিভাগ সমূহলৈ ৰাজহুৱা অভিযোগ সমূহ অনলাইন যোগেৰেস্থানান্তৰ কৰাকে ধৰি লাভ কৰা ৰাজহুৱা অভিযোগ সমূহৰ নিৱাৰণ/পৰ্য্যবেক্ষণ কৰা।
    • বাজেট প্ৰস্তুত কৰা।
    • পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰা।