মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেঞ্চন বিতৰণকাৰী বেংক

পি. এণ্ড পি.জি. বিভাগে ২২.০৪.২০১৩ তাৰিখে পি.পি.জি.(পি.)২০২/২০১০/২৭ নং অধিসূচনাৰ জৰিয়তে ৰাজ্যিক চৰকাৰৰ পেঞ্চনাৰ সকলক পেঞ্চন প্ৰদান কৰিবৰ বাবে পূৰ্বৰে পৰা থকা ছটা ৰাষ্ট্ৰীয়কৃত বেংকৰ ওপৰিও অতিৰিক্ত তিনিটা ৰাষ্ট্ৰীয়কৃত বেংকক সংযোগ কৰে। চৰকাৰী পেঞ্চনাৰ সকলক পেঞ্চন প্ৰদান কৰিবৰ বাবে বৰ্তমান নটা ৰাষ্ট্ৰীয়কৃত বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

  • ভাৰতীয় ষ্টেট বেংক
  • ভাৰতীয় ইউনিয়ন বেংক
  • ভাৰতীয় ইউনাইটেড বেংক
  • চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া
  • পাঞ্জাৱ নেচনেল বেংক
  • বেংক অৱ বৰোডা
  • কানাড়া বেংক
  • ইউকো বেংক
  • এলাহাবাদ বেংক