মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

বিকলাংগ সকললৈ স্থায়ী পৰিয়াল ভাট্টা প্ৰদানৰ বাবে আবেদন

যদিহে কোনো চৰকাৰী কৰ্মচাৰীৰ বিকংলাগ বা মানসিক বিকাৰগ্ৰস্ত সন্তান থাকে তেনেহলে চাকৰি কালতেআৰু লগতে মৃত্যুৰ পূৰ্বে তেওঁ এই বিষয়ে কাৰ্য্যালয় প্ৰমুখ্যক অৱগত কৰাৰ প্ৰয়োজন, যাতে তেওঁৰ চাকৰি আৰু পেঞ্চন অভিলেখত এই কথা সন্নিবিষ্ট হৈ থাকে আৰু এই বিষয়ে অৱগত কৰাৰ বিপৰীতে এক স্বীকৃতি যাতে লাভ কৰে এই বিষয়ে সুনিশ্চিত হোৱাৰো প্ৰয়োজন আছে।
যোগ্য সন্তানৰ বিষয়ে প্ৰদান কৰা এই তথ্যৰ সবিশেষকপেঞ্চন কৰ্তৃপক্ষই মান্যতা প্ৰদান কৰিবও পাৰে।
পেঞ্চন দাবী কৰাৰ সময়ত প্ৰয়োজন হলে এই স্বীকৃতি পেঞ্চন কৰ্তৃপক্ষৰ ওচৰত দাঙি ধৰাৰ উদ্দেশ্যৰে উক্ত স্বীকৃতি পেঞ্চনাৰৰ পৰিয়ালে সংৰক্ষণ কৰি ৰাখিব।