মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

অভিযোগ দাখিল

এই বিভাগৰ জন অভিযোগ শাখাই সদস্যসকলৰ অভিযোগসমূহ গ্ৰহণ আৰু পৰ্যবেক্ষণ কৰাৰ লগতে ব্যক্তিগত অভিযোগসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আগবঢ়াই দিয়ে। জন অভিযোগৰ তাত্ক্ষণিক সমাধানৰ বাবে অসম চৰকাৰে প্ৰশাসনীয় সংশোধন আৰু প্ৰশিক্ষণ দপ্তৰৰ দ্বাৰা কেন্দ্ৰীকৃত ৰাজহুৱা অভিযোগ নিবাৰণ আৰু নিৰীক্ষণ ব্যৱস্থা(চি.পি.জি.আৰ.এ.এম.এছ)ৰ ৰূপত পদক্ষেপ গ্ৰহণ কৰিছে। এনে অভিযোগসমূহৰ অৱস্থানসমূহ সংশ্লিষ্ট দপ্তৰক পুনৰ পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হয় আৰু পেন্সন আৰু ৰাজহুৱা অভিযোগৰ দ্বাৰা সমাধা কৰা হয়।

Lodge Your Grievance