মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেঞ্চন অনুমোদন স্থিতিৰ বিষয়ে জানক

পেঞ্চনৰ বিনিময় মানে হৈছে বাস্তৱত পেঞ্চনৰ এক পূৰ্ণ অংশ বিক্ৰী কৰি দিয়া যি বিষয়ে বিবেচনা কৰি চৰকাৰে পেঞ্চনপ্ৰাপক সকলক এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদান কৰে।এজন পেঞ্চনাৰে সৰ্বাধিক এক তৃতীয়াংশ পেঞ্চনহে বিনিময় কৰিব পাৰে।বিনিময়ৰ বাবে পেঞ্চন প্ৰাপক সকলে এক নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে গুৱাহাটীৰ মহাগাণনিক(এ.জি.) বা নহলে পেঞ্চন সঞ্চালকালয়কক(ডি.পি.) আবেদন কৰিব লাগিব যি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এ.জি. আৰু ডি.পি.এ এই ক্ষেত্ৰতগ্ৰাহ্যতা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু ইয়াৰ প্ৰয়োজনীয় অনুমোদনৰ বাবে প্ৰতিবেদন খন অসম চৰকাৰৰ পেঞ্চন আৰু পেঞ্চনপ্ৰাপক অভিযোগ বিভাগলৈ(পি. এণ্ড পি.জি.) প্ৰেৰণ কৰিব। এই অনুমোদনৰ ওপৰত ভিত্তি কৰিয়েই এ.জি./ডি.পি.এ বিনিময়ৰ পৰিমাণ লাভ কৰাৰ অধিকাৰ প্ৰদান কৰিব। বিনিময়ৰ পাছতে পেঞ্চনৰ মূল পৰিমাণৰ পৰা বিনিময় কৰা পৰিমাণ কমাই দিয়া হব। উদাহৰণ স্বৰুপে ধৰি লোৱা হল যে এজন পেঞ্চন প্ৰাপকে মাহে ৯,০০০টকা পেঞ্চন লাভ কৰে। তেঁও যদি ইয়াৰে এক তৃতীয়াংশ বিনিময় কৰে তেনেহলে বিনিময় কৰা পৰিমাণ হবগৈ ৩,০০০টকা। গতিকে বিনিময়ৰ পাছতে তেঁও পেঞ্চন হিচাপে লাভ কৰিব মাহে ৬,০০০টকা (৯,০০০-৩,০০০)।যদিহে অৱসৰ হোৱাৰ এক বছৰৰ ভিতৰতে বিনিময়ৰ বাবে আবেদন কৰা হয় তেনেহলে কোনো চিকিত্সালয়ৰ পৰীক্ষাৰ প্ৰয়োজন নহব।বিনিময় কৰা পৰিমাণ বিনিময় কৰা দিনৰ পৰা ১৪বছৰৰ পাছত পুনৰ প্ৰদান কৰাটো আৰম্ভ কৰা হব। অৰ্থাত্ পেঞ্চন প্ৰাপকে পুনৰ ৯,০০০টকাকৈ মাহে পেঞ্চন লাভ কৰিব। যদিহে পেঞ্চন বিনিময়ৰ দিন শেষ হোৱাৰ দিনা বা পাছত বিনিময়ৰ মূল্য ঘুৰাই নোপোৱাকৈয়ে পেঞ্চন প্ৰাপকৰ মৃত্যু হয় তেনেহলে এই মূল্য তেওঁৰ উত্তৰাধিকাৰীক প্ৰদান কৰা হব। কিন্তু মৃতকৰ উত্তৰাধিকাৰী সকলে লাভ কৰা পৰিয়াল পেঞ্চনৰ পৰা বিনিময়ৰ মূল্য হ্ৰাস কৰা নহয়।

অসমৰ মহাগাণনিক আৰু পেঞ্চন সঞ্চালকালয়ৰ অনুমোদন লাভ কৰা তাৰিখৰ ওপৰত ভিত্তি কৰিয়েই বিভাগে ক্ৰমানুসাৰে পেঞ্চনৰ বিনিময় আদেশ সমূহ প্ৰদান কৰে।

বৰ্ষ অনুযায়ী একীকৃত পেঞ্চন বিনিময়ৰ স্থিতি তলত উল্লেখ কৰা হৈছে যি ক্ষেত্ৰ অনুযায়ী থকা বাজেত্ ব্যৱস্থা, অনুমোদিত পেঞ্চন বিনিময়ৰ আদেশৰ মুঠ সংখ্যা, ব্যৱহাৰ কৰা আৰু বাকী থকা পৰিমাণ ইত্যাদি সুচাইছে।

প্ৰধান বিভাগ- ২০৭১ পেঞ্চন আৰু অৱসৰৰ অন্য সা-সুবিধা, (অপৰিকল্পিত)(ভোট প্ৰদান কৰা) ২০১১-২০১২ৰ বাবে লঘু বিভাগ-১০২- পেঞ্চন বিনিময়ৰ পৰিমাণ

ক্ৰ.নং.

এলেকা

২০১১-২০১২ বৰ্ষৰ কাৰণে মুঠ বাজেট উপবন্ধ টকাৰ হিচাপত

মুঠ জাৰি কৰা সংমোদন মূল্য টকাৰ হিচাপত

উদ্ধৃত মূল্য টকাৰ হিচাপত

জাৰি কৰা সংমোদনৰ সংখ্যা

২০১১-২০১২ বৰ্ষৰ কাৰণে সাধাৰণ আৰু বি.টি.চি. এলেকাত

১৪২০০.০০ লাখ টকা

১৪১৯৯.৮৫৭৬০ লাখ টকা

০.১৪২৪০ লাখ টকা

৫৫০০

২০১১-২০১২ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

২০০.০০ লাখ টকা

৭৩.২৭৯৭৬ লাখ টকা

৮১.৭২০২৪ লাখ টকা

২৬

২০১১-২০১২ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ

২০২.০০ লাখ টকা

১২৪.৯৪৯০২ লাখ টকা

৭৭.০৫০৯৮ লাখ টকা

৫৬

 

মুঠ

১৪৬০২.০০ লাখ টকা

১৪৩৬৭.২৫২৩৭ লাখ টকা

২৩৪.৭৪৭৬৩ লাখ টকা

৫৫৭৮

 

প্ৰধান বিভাগ- ২০৭১ পেঞ্চন আৰু অৱসৰৰ অন্য সা-সুবিধা, (অপৰিকল্পিত)(ভোট প্ৰদান কৰা) ২০১২-২০১৩ৰ বাবে লঘু বিভাগ-১০২- পেঞ্চন বিনিময়ৰ পৰিমাণ

ক্ৰ.নং.

এলেকা

২০১২-২০১৩ বৰ্ষৰ কাৰণে মুঠ বাজেট উপবন্ধ টকাৰ হিচাপত

মুঠ জাৰি কৰা সংমোদন মূল্য টকাৰ হিচাপত

উদ্ধৃত মূল্য টকাৰ হিচাপত

জাৰি কৰা সংমোদনৰ সংখ্যা

২০১২-২০১৩ বৰ্ষৰ কাৰণে সাধাৰণ আৰু বি.টি.চি. এলেকাত

১০৪৬০০.০০ লাখ টকা

১১০৪৫৯.৭৩৯৬৩ লাখ টকা

০.২৬০৩৭ লাখ টকা

৩২৫৭

২০১২-২০১৩ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

১৫৫.০০ লাখ টকা

৭৩.২৭৯৭৬ লাখ টকা

৮১.৭২০২৪ লাখ টকা

২৬

২০১২-২০১৩ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ

৩০০.০০ লাখ টকা

২৪০.০৫১০৬ লাখ টকা

৫৯.৯৪৮৯৪ লাখ টকা

৮৫

 

মুঠ

১০৯১৫.০০ লাখ টকা

১০৭৭৩.০৭০৪৫ লাখ টকা

১৪১.৯২৯৫৫ লাখ টকা

৩৩৬৮

 

প্ৰধান বিভাগ- ২০৭১ পেঞ্চন আৰু অৱসৰৰ অন্য সা-সুবিধা, (অপৰিকল্পিত)(ভোট প্ৰদান কৰা) ২০১৩-২০১৪ৰ বাবে লঘু বিভাগ-১০২- পেঞ্চন বিনিময়ৰ পৰিমাণ

ক্ৰ.নং.

এলেকা

২০১৩-২০১৪ বৰ্ষৰ কাৰণে মুঠ বাজেট উপবন্ধ টকাৰ হিচাপত

মুঠ জাৰি কৰা সংমোদন মূল্য টকাৰ হিচাপত

উদ্ধৃত মূল্য টকাৰ হিচাপত

জাৰি কৰা সংমোদনৰ সংখ্যা

২০১৩-২০১৪ বৰ্ষৰ কাৰণে সাধাৰণ আৰু বি.টি.চি. এলেকাত

১৯০২৯.০০ লাখ টকা

১৯০২৭.৫৩০৪৪ লাখ টকা

১.৪৬৯৫৬ লাখ টকা

৫৬৮১

২০১৩-২০১৪ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

১৭৮.২৫ লাখ টকা

৮৬.৮৪৬০৪ লাখ টকা

৯১.৪০৩৯৬ লাখ টকা

২৮

২০১৩-২০১৪ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ

৩৪৫.০০ লাখ টকা

১৩৫.৭১১৬৭ লাখ টকা

২০৯.২৮৮৩৩ লাখ টকা

৫১

 

মুঠ

১৯৫৫২.২৫ লাখ টকা

১৯২৫০.০৮৮১৫ লাখ টকা

৩০২.১৬১৮৫ লাখ টকা

৫৭৬০

 

প্ৰধান বিভাগ- ২০৭১ পেঞ্চন আৰু অৱসৰৰ অন্য সা-সুবিধা, (অপৰিকল্পিত)(ভোট প্ৰদান কৰা) ২০১৪-২০১৫ৰ বাবে লঘু বিভাগ-১০২- পেঞ্চন বিনিময়ৰ পৰিমাণ

ক্ৰ.নং.

এলেকা

২০১৪-২০১৫ বৰ্ষৰ কাৰণে মুঠ বাজেট উপবন্ধ টকাৰ হিচাপত

মুঠ জাৰি কৰা সংমোদন মূল্য টকাৰ হিচাপত

উদ্ধৃত মূল্য টকাৰ হিচাপত

জাৰি কৰা সংমোদনৰ সংখ্যা

২০১৪-২০১৫ বৰ্ষৰ কাৰণে সাধাৰণ আৰু বি.টি.চি. এলেকাত

২০১৮৮.০০ লাখ টকা

২০১৮৭.২৯৪১৮ লাখ টকা

০.৭০৫৮২ লাখ টকা

৬৬৩৪

২০১৪-২০১৫ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

২৩২.০০ লাখ টকা

১০৭.০৯১৮৮ লাখ টকা

১২৪.৯০৮১২ লাখ টকা

৪১

২০১৪-২০১৫ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ

৪৪৯.০০ লাখ টকা

১৩৮.৯৫৩০২ লাখ টকা

৩১০.০৪৬৯৮ লাখ টকা

৫২

 

মুঠ

২০৮৬৯.০০ লাখ টকা

২০৪৩৩.৩৩৯০৮ লাখ টকা

৪৩৫.৬৬০৯২ লাখ টকা

৬৭২৭

 

প্ৰধান বিভাগ- ২০৭১ পেঞ্চন আৰু অৱসৰৰ অন্য সা-সুবিধা, (অপৰিকল্পিত)(ভোট প্ৰদান কৰা) ২০১৫-২০১৬ৰ বাবে লঘু বিভাগ-১০২- পেঞ্চন বিনিময়ৰ পৰিমাণ

ক্ৰ.নং.

এলেকা

২০১৫-২০১৬ বৰ্ষৰ কাৰণে মুঠ বাজেট উপবন্ধ টকাৰ হিচাপত

মুঠ জাৰি কৰা সংমোদন মূল্য টকাৰ হিচাপত

উদ্ধৃত মূল্য টকাৰ হিচাপত

জাৰি কৰা সংমোদনৰ সংখ্যা

২০১৫-২০১৬ বৰ্ষৰ কাৰণে সাধাৰণ আৰু বি.টি.চি. এলেকাত

৩০৯০০.০০ লাখ টকা

১৯১০৬.৭৬৩৪৪ লাখ টকা

১১৭৯৩.২৩৬৫৬ লাখ টকা

৬২৩৬

২০১৫-২০১৬ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

৩০০.০০ লাখ টকা

১২২.০৭০৮ লাখ টকা

১৭৭.৯২৪৯২ লাখ টকা

৪৪

২০১৫-২০১৬ বৰ্ষৰ কাৰণে ষষ্ঠ অনুসূচী(পাৰ্বত্য) কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ

৩০০.০০ লাখ টকা

১৪৬.১২৫৫৮ লাখ টকা

১৫৩.৮৭৪৪২ লাখ টকা

৫৫

 

মুঠ

৩১৫০০.০০ লাখ টকা

১৯৩৭৪.৯৬৪১০ লাখ টকা

১২১২৫.০৩৫৯০ লাখ টকা

৬৩৩৫

 

Pension Status